আপোনাৰ Facebook-ৰ তথ্যৰ প্ৰতিলিপি ৰপ্তানি কৰক
লিংক প্ৰতিলিপি কৰক
এণ্ড্ৰইড এপ্প সহায়
কম্পিউটাৰত সহায়
আইপেড এপ্প সহায়
আইফোন এপ্প সহায়
ম'বাইল ব্ৰাউজাৰ সহায়
এণ্ড্ৰইড এপ্প সহায়
কম্পিউটাৰত সহায়
আইপেড এপ্প সহায়
আইফোন এপ্প সহায়
ম'বাইল ব্ৰাউজাৰ সহায়
আমি লোকসকলক লাহে লাহে Meta একাউণ্টলৈ আপডে’ট কৰি আছোঁ। আপুনি আপোনাৰ একাউণ্ট ছেটিংছ পৰিচালনা কৰাৰ স্থান হিচাপে একাউণ্ট কেন্দ্ৰ বা Meta একাউণ্ট ছেটিংছ দেখা পাব পাৰে।
যদি আপোনাৰ অতিৰিক্ত Facebook প্ৰ'ফাইল আছে, আপুনি নিজৰ প্ৰ'ফাইলসমূহৰ প্ৰত্যেকটোৰ বাবে আপোনাৰ Facebook-ৰ তথ্যৰ প্ৰতিলিপি ৰপ্তানি কৰিব পাৰে। আপোনাৰ মুখ্য প্ৰ'ফাইল যিটো আপুনি Facebookত ছাইন আপ কৰোঁতে প্ৰথম প্ৰ'ফাইলৰূপে সৃষ্টি কৰিছিল, তাৰ বাবে আপোনাৰ অতিৰিক্ত প্ৰ'ফাইলৰ পৰা সংগ্ৰহ কৰা বিজ্ঞাপনৰ তথ্য়কে ধৰি কিছুমান তথ্য কেৱল আপোনাৰ Facebook তথ্য ৰপ্তানি কৰিহে প্ৰৱেশাধিকাৰ কৰিব পাৰি।
You can access Export your information in Meta Account settings.
আপুনি নিজৰ তথ্যৰ এটা প্ৰতিলিপি কোনো বাহ্যিক সেৱালৈ ৰপ্তানি কৰিব পাৰে, বা ইয়াক আপোনাৰ ডিভাইচলৈ ৰপ্তানি কৰিব পাৰে। উপলব্ধ তথ্যত আপুনি ভাগ-বতৰা কৰা সমল আৰু তথ্য, আপোনাৰ কাৰ্যকলাপ আৰু আমি সংগ্ৰহ কৰা তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। ডিভাইচ আৰু বাহ্যিক সেৱাসমূহে ৰপ্তানিৰ বাবে বিভিন্ন ধৰণৰ তথ্য সমৰ্থন কৰে। আপুনি ৰপ্তানি কৰিব পৰা তথ্যৰ শ্ৰেণী বিভাজনৰ বিষয়ে অধিক জানক।
আপোনাৰ তথ্য কোনো ডিভাইচলৈ ৰপ্তানি কৰিবলৈ, আপোনাৰ ওচৰত পৰ্যাপ্ত ষ্ট’ৰেজৰ স্থান থকাটো প্ৰয়োজন। আপুনি বাছনি কৰা তথ্যৰ ধৰণ আৰু মিডিয়াৰ মানদণ্ডই আপোনাৰ ফাইলৰ আকাৰ ডাঙৰ বা সৰু কৰিব পাৰে।
উদাহৰণস্বৰূপে, উচ্চমানৰ ভিডিঅ’ই ফাইলবোৰ ডাঙৰ বনায়, আনহাতে একে ধৰণৰ তথ্য ৰপ্তানি কৰিলে সেইবোৰ সৰু আকাৰৰ হয়।
যদি আপুনি কোনো ডিভাইচলৈ বা বাহ্যিক সেৱালৈ ৰপ্তানি কৰিব বিচাৰে তেন্তে সেয়া সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ আপোনাৰ উপলব্ধ ষ্ট’ৰেজৰ স্থান পৰীক্ষা কৰক।
একাউণ্ট কেন্দ্ৰৰ পৰা কোনো ডিভাইচলৈ আপোনাৰ Facebook-ৰ তথ্য ৰপ্তানি কৰক
- শীৰ্ষৰ সোঁফালে আপোনাৰ প্ৰ’ফাইল ফটোত ক্লিক কৰক, তাৰ পাছত ছেটিংছ আৰু গোপনীয়তা-ত ক্লিক কৰক।
ছেটিংছত ক্লিক কৰক।
- একাউণ্ট কেন্দ্ৰত ক্লিক কৰক, তাৰ পাছত আপোনাৰ তথ্য আৰু অনুমতিত ক্লিক কৰক।
- আপোনাৰ তথ্য ৰপ্তানি কৰক-ত ক্লিক কৰক।
- ৰপ্তানি সৃষ্টি কৰক-ত ক্লিক কৰক।
- আপুনি তথ্য ৰপ্তানি কৰিব বিচৰা প্ৰ'ফাইলটো বাছনি কৰক।
- ডিভাইচলৈ ৰপ্তানি কৰক-ত বাছনি কৰক।
- ইয়াৰ পৰা, আপুনি ৰপ্তানি কৰিবলৈ নিৰ্দিষ্ট তথ্য পচন্দ কৰিব, তাৰিখৰ সীমা, সজ্জা, সূচনাৰ ইমেইল আৰু মিডিয়াৰ মানদণ্ড বাছনি কৰিব পাৰিব।
- ডাটা লগ ৰপ্তানি কৰাৰ বিষয়ে অধিক জানক।
- আপুনি ৰপ্তানি কাষ্টমাইজ কৰি হোৱাৰ পাছত, ৰপ্তানি কাম আৰম্ভ কৰক-ত ক্লিক কৰক।
একাউণ্ট কেন্দ্ৰৰ পৰা কোনো বাহ্যিক সেৱালৈ আপোনাৰ Facebook-ৰ তথ্য ৰপ্তানি কৰক
- শীৰ্ষৰ সোঁফালে আপোনাৰ প্ৰ’ফাইল ফটোত ক্লিক কৰক, তাৰ পাছত ছেটিংছ আৰু গোপনীয়তা-ত ক্লিক কৰক।
ছেটিংছত ক্লিক কৰক।
- একাউণ্ট কেন্দ্ৰত ক্লিক কৰক, তাৰ পাছত আপোনাৰ তথ্য আৰু অনুমতিত ক্লিক কৰক।
- আপোনাৰ তথ্য ৰপ্তানি কৰক-ত ক্লিক কৰক।
- ৰপ্তানি সৃষ্টি কৰক-ত ক্লিক কৰক।
- আপুনি তথ্য ৰপ্তানি কৰিব বিচৰা প্ৰ'ফাইলটো বাছনি কৰক।
- পৰৱৰ্তী-ত ক্লিক কৰক।
- বাহ্যিক সেৱালৈ ৰপ্তানি কৰক-ত বাছনি কৰক।
- আপোনাৰ তথ্য ৰপ্তানি কৰিবলৈ বাহ্যিক সেৱা পচন্দ কৰক আৰু পৰৱৰ্তী-ত ক্লিক কৰক।
- আপুনি কিমান সঘনাই ৰপ্তানি কৰিব বিচাৰে সেয়া পচন্দ কৰক আৰু পৰৱৰ্তী-ত ক্লিক কৰক।
- সংযোগ কৰক-ত ক্লিক কৰক। আপুনি বাছনি কৰা বাহ্যিক সেৱাৰ সৈতে সংযোগ কৰিব লাগিব।
- আপুনি বাছনি কৰা প্ৰ'ফাইলৰ বাবে পাছৱৰ্ড দি পৰৱৰ্তী-ত ক্লিক কৰিব লগা হ’ব পাৰে।
- ইয়াৰ পৰা, আপুনি ৰপ্তানি কাষ্টমাইজ কৰিব, আপোনাৰ সূচনাৰ ইমেইল আৰু সজ্জা পচন্দ কৰিব পাৰিব।
- ডাটা লগ ৰপ্তানি কৰাৰ বিষয়ে অধিক জানক।
- আপুনি ৰপ্তানি কাষ্টমাইজ কৰি হোৱাৰ পাছত, ৰপ্তানি কাম আৰম্ভ কৰক-ত ক্লিক কৰক।
যেতিয়া আপোনাৰ ৰপ্তানি প্ৰস্তুত হ’ব, তেতিয়া একাউণ্ট কেন্দ্ৰত আপোনাৰ তথ্য ৰপ্তানি কৰক সঁজুলিৰ উপলব্ধ থকা ডাউনল’ড শাখাত আপোনাৰ তথ্য ৰপ্তানি কৰিবলৈ আপোনাৰ হাতত 4 দিন থাকিব৷ আপুনি নিজৰ ৰপ্তানি বিলোপ কৰিবও পাৰে বা অতীতত কৰা অনুৰোধ শাখাত অতীতৰ ফাইল বিষয়ক অনুৰোধবোৰ চাব পাৰে।
আপোনাৰ ফাইলবোৰ ৰপ্তানি কৰা কামটো হৈছে এক পাছৱৰ্ড-সুৰক্ষিত প্ৰক্ৰিয়া য’ত কেৱল আপোনাৰহে প্ৰৱেশাধিকাৰ আছে।
যদি আপুনি নিজৰ তথ্য কোনো ডিভাইচলৈ ৰপ্তানি কৰিবলৈ অনুৰোধ কৰিছে, তেন্তে আপুনি ইমেইল জাননী আৰু Facebook-ত জাননী লাভ কৰিব যিয়ে আপোনাক এই কাম সম্পন্ন হোৱা বুলি জনাব।
টোকা: আপুনি Facebookত আপোনাৰ তথ্য আৰু গোপনীয়তা নিয়ন্ত্ৰণ কৰিব পৰা উপায়সমূহৰ বিষয়ে জানিবলৈ সদায় আপোনাৰ গোপনীয়তাৰ চমুপথসমূহ চাব পাৰে।
আপুনি কিয় নিজৰ তথ্য ৰপ্তানি কৰিব নোৱাৰিব
এই কাৰণবোৰৰ বাবে আপুনি নিজা কিছুমান প্ৰ'ফাইলৰ পৰা তথ্য ৰপ্তানি কৰিব নোৱাৰিব পাৰে:
- নিষ্ক্ৰিয় কৰা হৈছে: আপুনি এই প্ৰ'ফাইলটো নিষ্ক্ৰিয় কৰিছে। আপুনি প্ৰ'ফাইলটোৰ তথ্য ৰপ্তানি কৰিবলৈ ইয়াক পুনঃসক্ৰিয় কৰিব পাৰে।
- বিলোপকৰণৰ বাবে সূচীবদ্ধ কৰা হৈছে : আপুনি এই প্ৰ'ফাইলটো বিলোপ কৰিবলৈ অনুৰোধ কৰিছিল। আপোনাৰ তথ্য ৰপ্তানি কৰিবলৈ আপুনি মচি পেলোৱাৰ কাৰ্য বাতিল কৰিব পাৰে।
আপোনাৰ তথ্য়ৰ HTML বা JSON প্ৰতিলিপিৰ মাজত পাৰ্থক্য কি?
When you request a copy of your information on Facebook, you can choose to receive it in an HTML or JSON format:
HTML: An easy to view format of your information on Facebook. You'll receive a ZIP file that, once opened and extracted, will contain an HTML file named index that you can open like a web page on your web browser. The ZIP file will contain folders with files, including any images and videos you've requested.
JSON: A machine readable format of your information that could allow you to transfer your information more easily when uploading it to another service.
আপোনাৰ প্ৰ'ফাইল তথ্যৰ কোনো প্ৰতিলিপি কোনেও ডাউনল'ড কৰিব নোৱৰাটো নিশ্চিত কৰিবলৈ কি নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়?
We have a number of security measures in place to help keep your account secure and protect your information on Facebook. Before you can begin exporting a copy of your information, we'll first ask you to enter your password. We may also ask you to complete additional verification steps before allowing your export to begin. To help protect your account, your export request will expire after a few days, and you can always request a new one.
Our security systems are always running to help mitigate threats before they reach you and your friends on Facebook, and we offer tools like Security Checkup and two-factor authentication as additional ways to improve the security of your account. Learn more about keeping your account secure.
Note: Keep in mind that your information request may contain private information. You should keep it secure and take precautions when storing or sending it, or uploading it to another service. You can always select specific sections when requesting a copy of your information.
যদি আপোনাৰ সক্ৰিয় Facebook একাউণ্ট নাই, তেন্তে আপুনি Facebook-ৰ দ্বাৰা সঞ্চিত আপোনাৰ ব্যক্তিগত তথ্য কেনেদৰে অনুৰোধ কৰিব পাৰে?
If you deactivated your profile:
If you previously had a Facebook profile that is currently deactivated, you can reactivate your profile by logging back into Facebook or by using your Facebook profile to log in elsewhere.
After re-activating your profile, you can access your information through your profile or by using the Export Your Information tool.
If you deleted your profile or have never signed up for one:
If you deleted your Facebook profile, you will not be able to access your profile information. Some information you shared may still appear on other people's Facebook profiles. For example, if you sent someone a message, they may still have their copy of the message similar to an email.
If you don't have a Facebook profile but believe Facebook may have information about you, you can contact us to request a copy of your information.
সহায় লাভ কৰাৰ অন্যান্য উপায়
Meta AI সমৰ্থন এচিষ্টেণ্টৰ সৈতে চাট কৰক
সমস্যা সমাধান কৰক, সলনি কৰক আৰু বাস্তৱ সময়ত সমৰ্থন লাভ কৰক
